বেংগালুৰুত অডি দুৰ্ঘটনাত বিধায়কৰ পুত্ৰসহ সাতজনৰ মৃত্যু

Pc-Hindustan times

বেংগালুৰুত অডি দুৰ্ঘটনাত বিধায়কৰ পুত্ৰসহ সাতজনৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা- তামিলনাডুৰ ডি এম কে বিধায়ক ৱাই প্ৰকাশৰ পুত্ৰৰ বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হোৱা ফলত মৃত্যু হয়। তেওঁৰ লগতে অডিখনত থকা সাতজনলোকৰ মৃত্যু হয়। পাৰ্টি কৰি ওভতাৰ সময়ত অডিখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত তাত থকা আটাইকেইজন লোকৰে মৃত্যু ঘটে। সূত্ৰ এটাৰ মতে দুৰ্গটনাগ্ৰস্ত অডিখনত বিধায়কগৰাকীৰ বোৱাৰীও আছিল। চি চি টিভিৰ ফুটেজ অনুসৰি দ্ৰুতগামী অডিখনে কোৰামংগলাৰ এটা খুঁটাত প্ৰচণ্ড বেগত খুন্দিওৱাৰ পাছত দুৰ্ঘটনাটো সংঘটিত হয়।

 

(RT)