বেংগলৰ জলপাইগুৰি চিকিৎসালয়ত ইনফ্লুৱেঞ্জা সদৃশ লক্ষণ থকা ১৩০ টা শিশু ভৰ্তি

pc- The statesman

বেংগলৰ জলপাইগুৰি চিকিৎসালয়ত ইনফ্লুৱেঞ্জা সদৃশ লক্ষণ থকা ১৩০ টা শিশু ভৰ্তি

অনলাইন বাৰ্ত্তাসেৱা- পশ্চিম বংগৰ জলপাইগুৰি জিলা চিকিৎসালয়ৰ শিশু ৰোগ বিশেষজ্ঞ ৱাৰ্ডে কেইদিনমানত একৰ পৰা চাৰি বছৰ বয়সৰ প্ৰায় ১৩০ টা শিশুক জ্বৰ আৰু কাহকে ধৰি ঋতুগত ইনফ্লুৱেঞ্জা সদৃশ লক্ষণৰ সৈতে ভৰ্তি কৰিছে। ৰাজ্যিক স্বাস্থ্য সেৱাৰ সঞ্চালকে কৈছিল যে যদিও প্ৰায় ৮০-৯০% ৰোগীৰ ওপৰত ৰেপিড এণ্টিজেন পৰীক্ষণ কৰা হৈছিল। তেওঁলোকৰ মাত্ৰ এজনে কোভিডি-১৯ত সংক্ৰমিত হৈছে।

 

(RT)