বিদ্যুৎ আৰু শিৱালীকা অভিনীত ‘খুদা হাফিজ ২’ৰ মুক্তিৰ তাৰিখ স্থগিত

pc India Today

 বিদ্যুৎ আৰু শিৱালীকা অভিনীত ‘খুদা হাফিজ ২’ৰ মুক্তিৰ তাৰিখ স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যুৎ আৰু শিৱালীকা অভিনীত ‘খুদা হাফিজ – চেপ্টাৰ ২ অগ্নি পৰীক্ষা’ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। ছবিখন এতিয়া ৮ জুলাইত মুক্তি পাব। ছচিয়েল মিডিয়াত বিদ্যুতে ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে। ছবিখন প্ৰথমতে ১৭ জুনত মুক্তি পোৱাৰ কথা আছিল। চলচ্চিত্ৰখন ২০২০ চনৰ ছবি ‘খুদা হাফিজ’ৰ চিকুৱেল।