বিজেপিৰ সৈতে মিত্ৰতা সমাপ্ত কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 

Pc The Hindu

বিজেপিৰ সৈতে মিত্ৰতা সমাপ্ত কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অংশীদাৰ বিজেপিৰ সৈতে তেওঁৰ চৰকাৰৰ মিত্ৰতা সমাপ্ত কৰে। বিহাৰৰ নেতা আৰ চি পি সিঙে জনতা দল (ইউনাইটেড) ত্যাগ কৰাৰ কিছুদিন পিছতে এই কথা প্ৰকাশ পাইছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ চি পি সিঙে দুৰ্নীতিৰ অভিযোগক লৈ তেওঁৰ নিজৰ দলে জাননী প্ৰেৰণ কৰাৰ পিছতে জেডি(ইউ)ৰ পৰা পদত্যাগ কৰে।