বিখ্যাত অভিনেতা মিথিলেশ চতুৰ্বেদীৰ মৃত্যু

Pc News18

বিখ্যাত অভিনেতা মিথিলেশ চতুৰ্বেদীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বিখ্যাত অভিনেতা মিথিলেশ চতুৰ্বেদীৰ দেহাৱসান। লক্ষ্ণৌত হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস লোৱাৰ খবৰ পোৱা গৈছে অভিনেতা গৰাকীয়ে। অভিনেতাগৰাকী গদাৰ: এক প্ৰেম কথা, কই মিল গয়া, মাই ফ্ৰেণ্ড পিন্টো, ফাটা পোষ্টাৰ নিক্লা হিৰো আৰু ৰেডি আদিৰ দৰে একাধিক চলচ্চিত্ৰৰ দ্বাৰা পৰিচিত।