বিকি কৌশলে মাৰ্চত ‘চেম বাহাদুৰ’ৰ শ্বুটিং আৰম্ভ কৰিব

p.c. Filmibeat

বিকি কৌশলে মাৰ্চত ‘চেম বাহাদুৰ’ৰ শ্বুটিং আৰম্ভ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা বিকি কৌশলে মাৰ্চৰ পৰা তেওঁৰ ছবি ‘চেম বাহাদুৰ’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন ফিল্ড মাৰ্শ্বেল ছেম মানেকশ্বৰ জীৱনৰ ওপৰত আধাৰিত। ইয়াত ফাতিমা ছানা শ্বেখ আৰু সানিয়া মালহোত্ৰাও অভিনয় কৰিব, যিয়ে ক্ৰমান্বয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু চেম মানেকশ্ব’ৰ পত্নী চিলোৰ চৰিত্ৰত অভিনয় কৰিব।