“বন্ধুত্ব” – তনয়া তামুলী

pc The Shubhster Diaries

বন্ধুত্ব যিয়ে গঢ়ি তোলে সম্বন্ধ;

বন্ধুত্বৰ আছে বিশেষত্ব।

গণিতৰ দৰে হয় বন্ধুত্ব,

যাৰ আছে বহু তত্ত্ব।

বন্ধুত্ব হয় এক স্মৃতিৰ দৰে,

মনত ৰৈ যায় জীৱনে মৰণে।

বন্ধুত্ব হওঁক এনে যাতে,

কোনেও ভাঙিব নোৱাৰে।

  • – তনয়া  তামুলী