বন্ধুত্ব যিয়ে গঢ়ি তোলে সম্বন্ধ;
বন্ধুত্বৰ আছে বিশেষত্ব।
গণিতৰ দৰে হয় বন্ধুত্ব,
যাৰ আছে বহু তত্ত্ব।
বন্ধুত্ব হয় এক স্মৃতিৰ দৰে,
মনত ৰৈ যায় জীৱনে মৰণে।
বন্ধুত্ব হওঁক এনে যাতে,
কোনেও ভাঙিব নোৱাৰে।
- – তনয়া তামুলী
বন্ধুত্ব যিয়ে গঢ়ি তোলে সম্বন্ধ;
বন্ধুত্বৰ আছে বিশেষত্ব।
গণিতৰ দৰে হয় বন্ধুত্ব,
যাৰ আছে বহু তত্ত্ব।
বন্ধুত্ব হয় এক স্মৃতিৰ দৰে,
মনত ৰৈ যায় জীৱনে মৰণে।
বন্ধুত্ব হওঁক এনে যাতে,
কোনেও ভাঙিব নোৱাৰে।