‘বধাই দো’ চলচ্ছিত্ৰখন এতিয়াতে মুক্তি নাপায়

Pc Newsbytes

‘বধাই দো’ ছবিখন ২০২২ৰ ৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজকুমাৰ ৰাও আৰু ভূমি পেডনেকাৰ অভিনীত পৰিচালক হৰ্ষবৰ্ধন কুলকাৰ্ণীৰ ‘বধাই দো’ৰ মুক্তি পিছুৱাই দিয়া হৈছে। অহা বছৰ গণতন্ত্ৰ দিৱসৰ সপ্তাহান্তত মুক্তি পাব লগীয়া ছবিখন এতিয়া ৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব। নতুন মুক্তিৰ তাৰিখ ভাগ বতৰা কৰাৰ সময়ত ভূমিয়ে লিখিছিল, “We cannot wait for you to witness this family entertainer on big screen.”