প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অনুষ্ঠানস্থলী পৰিদৰ্শন

pc- Facebook
প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অনুষ্ঠানস্থলী পৰিদৰ্শন

অনলাইন বাৰ্ত্তাসেৱা – জালুকবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰীদুৰ্গা মন্দিৰ চৌহদত ভাৰতীয় জনতা পাৰ্টীয়ে অসম প্ৰদেশৰ উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী দোলগোবিন্দ মন্দিৰত জনসাধাৰণৰ কল্যাণৰ লগতে ২২ আৰু ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অনুষ্ঠানস্থলী পৰিদৰ্শন কৰাৰ লগতে আশীৰ্বাদো গ্ৰহণ কৰে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সফল কৰাৰ বাবে জিলা, মণ্ডল, দলীয় বিষয়াসকলক বৈঠকৰ প্ৰস্তুতিসম্পৰ্কে আলোচনা কৰে। এই পৰিদৰ্শনৰ সময়ত অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীফনীন্দ্ৰনাথ শৰ্মা, মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰী পল্লব লোচন দাস, মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীদিপ্লু ৰঞ্জন শৰ্মা আৰু মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীপুলক গোহাঁইৰ সৈতে দলীয় কৰ্মীসকল উপস্থিত আছিল।

(UD.)