পেট্ৰ’ল, ডিজেলৰ মূল্য ১০ দিনত ৯ বাৰৰ বাবে বৃদ্ধি

pc- NDTV.com

পেট্ৰ’ল, ডিজেলৰ মূল্য ১০ দিনত ৯ বাৰৰ বাবে বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ১০ দিনত ৯বাৰৰ বাবে বৃদ্ধি কৰা হৈছে। দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০১.৮১ টকা হ’ব আনহাতে প্ৰতিলিটাৰত ৮০ পইচা কৈ মূল্য বৃদ্ধি হোৱাৰ পিছত ডিজেলৰ হাৰ প্ৰতি লিটাৰত ৯৩.০৭ টকালৈ বৃদ্ধি পাইছে। মুম্বাইত প্ৰতি লিটাৰত ৮৪ পইচা বৃদ্ধিৰ পিছত প্ৰতি লিটাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ১১৬.৭২ আৰু ১০০.৯৪ টকা।