পি ভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ

পি ভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ

অনলাইন বাৰ্তাসেৱা – বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে চীনৰ হি বিংজিয়াওক পৰাস্ত কৰি বেডমিণ্টন ছিংগলছত ২১-১৩, ২১-১৫ ব্যৱধানত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। সিন্ধু দুটা অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। ৰিঅ’ অলিম্পিকত তেওঁ ফাইনেলত স্পেইনৰ কেৰোলিনা মাৰিনৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে।