পঞ্জাৱ চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল 

P.c. India Today

পঞ্জাৱ চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিৰোজপুৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ ত্ৰুটিৰ বিষয়ে পঞ্জাৱ চৰকাৰে গৃহ মন্ত্ৰালয়ৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰিছে। পঞ্জাৱৰ মুখ্য সচিব অনিৰুদ্ধ তিৱাৰীয়ে নিৰাপত্তা উলংঘনলৈ আগবাঢ়ি অহা ঘটনা ক্ৰমৰ বিৱৰণ দি প্ৰতিবেদন দাখিল কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত হোৱা ত্ৰুটিৰ তদন্তৰ বাবে পঞ্জাৱ চৰকাৰে এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰাৰ পিছত এইটো খবৰ আহিছে।