নানা ৰঙ-অভিলাষা গগৈ

নানা ৰঙ..

নানা ৰঙী ৰং মই
বৰ ভাল পাওঁ
বজাৰলৈ গ’লে
ৰঙৰ দোকানত সোমাওঁ।
দুই-এডাল ৰং কিনি
মই ঘৰলৈ আহোঁ
ছবি আঁকি
ৰং কৰি
মই বৰ সুখ পাওঁ।
অভিলাষা গগৈ
পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয় 
টীয়ক,যোৰহাট