দেশত ৩১হেজাৰৰো অধিক লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

pc Twitter

দেশত ৩১হেজাৰৰো অধিক লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ৩১,৯২৩জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত কেৰালাত ১৯,৬৭৫ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত প্ৰায় ৩.০১ লাখ সক্ৰিয় ঘটনা আছে। নতুনকৈ দেশত ২৮২ জনলোকৰ মৃত্য হৈছে। ভাৰতত বৰ্তমান মুঠ ৪.৪৬ লাখ লোকৰ মৃত্যু হৈছে।

(RT.)