দুখীয়া বুলি নাহাঁহিবা —ধ্ৰুৱজ্যোতি বৰ্মন

PC-REACT
দুখীয়া বুলি নাহাঁহিবা
অ মই দুখীয়া…..
আজি মই চিঞৰি চিঞৰি
ক’ব মন গৈছে
মই দুখীয়া বুলি
সচা কথাত লাজ নকৰো কেতিয়াও………
আৰু দুখীয়া হ’লে কি আমাৰ
প্ৰেম নাই নেকি………?
আমাৰ কোনো হৃদয় নাই…..!
নোবাৰিবো পাৰো তোমাক 220 Pulsurৰ পিচত বহুবাৱ,……
নোবাৰিব পাৰো অনুৰাধা চিনেপ্লেকত তোমাক
চলমান খানৰ চিনেমা দেখুবাৱ,……..
নোবাৰিব পাৰো CHINIS HUT ত দুঘন্টা ধৰি তোমাৰ লগত সময় কটাব…….
নোবাৰিলো বুলিয়ে যে মোৰ প্ৰেম,ভালপোবাবোৰ
মিছা হব কেনেকৈ
ভাবি ল’লা তুমি ।।
কেনেকৈ ভাবি লোলা
দুখীয়া মানুহৰ মৰম বোৰ
মিছা বুলি ।।
নোবাৰো দিয়া তোমাক 220 Pulsur ৰ পিচত বহুবাৱ ।।
আশা নকৰিবা কেতিয়াও,
আৰু নোৱাৰো কাৰণে
আজি মোৰ চিঞৰি চিঞৰি
কব মন গৈছে
দুখীয়া বুলি ।।।
প্ৰেমৰ দুখীয়া মই !
অ প্ৰেমৰ দুখীয়া…….
–ধ্ৰুৱজ্যোতি বৰ্মন