তৃতীয় টেষ্টত  ভাৰতক ৯ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই

Pc NDTV.com

তৃতীয় টেষ্টত  ভাৰতক ৯ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই

ৰঙিলী বাৰ্ত্তাসেৱা-  তৃতীয় টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতক ৯ উইকেটত পৰাস্ত কৰে। বিজয়ৰ বাবে নিৰ্ধাৰিত ৭৬ ৰাণৰ লক্ষ্যৰ পিছে পিছে অষ্ট্ৰেলিয়াৰ দলটোৱে তৃতীয় দিনা প্ৰথম চেছনত এক চমৎকাৰ বিজয় পঞ্জীয়ন কৰিবলৈ সক্ষম হয়। এই টেষ্ট খেলখন ৩ দিন নহওতেই সমাপ্ত হৈছে। পৰাজয়স্বত্বেও, ভাৰতীয় দলটো ৪ খন খেলৰ শৃংখলাত ২-১ ত আগবাঢ়ি আছে।