ডিব্ৰুগড় উপ-সংমণ্ডলত নিৰ্মালি গাঁও আৰু নতুন নিৰ্মালি গাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘পানী যোগান আঁচনি’ খন পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

pc Facebook
ডিব্ৰুগড় উপ-সংমণ্ডলত নিৰ্মালি গাঁও আৰু নতুন নিৰ্মালি গাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘পানী যোগান আঁচনি’ খন পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
অনলাইন বাৰ্ত্তাসেৱা – ডিব্ৰুগড় উপ-সংমণ্ডলত নিৰ্মালি গাঁও আৰু নতুন নিৰ্মালি গাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘পানী যোগান আঁচনি’ খন পৰিদৰ্শন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই পৰিদৰ্শন কালত ‘জল জীৱন মিছন’ ৰ অধীনত ৰূপায়ণ হোৱা পানী যোগান আঁচনিখনৰ সামগ্ৰিক প্ৰগতিৰ খতিয়ান গ্ৰহণ কৰাৰ লগতে কাম-কাজসমূহৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত তেখেতৰ সৈতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱা ৷