ডিচিজিআইৰ একক পালিৰ কোভিড ভেকছিন স্পুটনিক লাইটক জৰুৰীকালীন ব্যৱহাৰৰ সন্মতি প্ৰদান 

pc.-Mint

ডিচিজিআইৰ একক পালিৰ কোভিড ভেকছিন স্পুটনিক লাইটক জৰুৰীকালীন ব্যৱহাৰৰ সন্মতি প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা- ডিচিজিআইয়ে দেশখনত একক পালিৰ স্পুটনিক লাইট কোভিড-১৯ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইট কৰি কয়, “এইটো দেশৰ নৱম কোভিড-১৯ ভেকছিন। তেওঁ লগতে কয়, “ই মহামাৰীৰ বিৰুদ্ধে দেশৰ সামূহিক যুঁজক অধিক শক্তিশালী কৰিব।”