টকিঅ’ পেৰালিম্পিকত শ্বুটাৰ সিংৰাজৰ ব্ৰঞ্জ পদক অৰ্জন

pc Ourrecharge

টকিঅ’ পেৰালিম্পিকত শ্বুটাৰ সিংৰাজৰ ব্ৰঞ্জ পদক অৰ্জন

অনলাইন বাৰ্ত্তাসেৱা – শ্বুটাৰ সিংৰাজে টকিঅ’ পেৰালিম্পিকত ‘পুৰুষৰ পি 1 – 10 মিটাৰ এয়াৰ পিষ্টল এছএইচ 1 ইভেণ্ট’ (P1 – Men’s 10m Air Pistol SH1 event) ত অৰ্জন কৰবলৈ সক্ষম হয় ব্ৰঞ্জৰ পদক। ৩৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ২১৬.৮ স্ক’ৰ কৰি ইভেণ্টটোত তৃতীয় স্থান লাভ কৰবলৈ সক্ষম হয়। ইয়াৰ লগতে, ভাৰতে এতিয়ালৈয়ে টকিঅ’ পেৰালিম্পিকত আঠটা পদক লাভ কৰিছে।

(UD.)