টকিঅ’ পেৰালিম্পিকত পদক তালিকা ভাৰতৰ স্থান

pc Outlook India

টকিঅপেৰালিম্পিকত পদক তালিকা ভাৰতৰ স্থান

অনলাইন বাৰ্ত্তাসেৱা – মুঠ ১৯ টা পদকৰ সৈতে টকিঅ’ পেৰালিম্পিক অভিযান সমাপ্ত কৰে ভাৰতে। ই হৈছে পেৰালিম্পিকৰ ইতিহাসত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পদক তালিকা। ইয়াৰ পূৰ্বে ১৯৮৪ আৰু ২০১৬ চনত  পেৰালিম্পিকত ভাৰতে মুঠ চাৰিটাকৈ পদক লাভৰ জৰিয়তে পদক তালিকাত স্থান লাভ কৰিছিল। টকিঅ’ পেৰালিম্পিকত পাঁচটা স্বৰ্ণ, আঠটা ৰূপ আৰু ছয়টা ব্ৰঞ্জৰ পদক লাভৰ জৰিয়তে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হয়  ভাৰত।

(UD.)