জামিন লাভ কৰিলে ভিক্টৰ দাসে

জামিন লাভ কৰিলে ভিক্টৰ দাসে

ৰঙিলী বাৰ্ত্তাসেৱা-  জামিন লাভ কৰিলে ভিক্টৰ দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসক প্ৰদান কৰিলে অন্তৰ্ৱৰ্তীকালীন জামিন। ২৯ ছেপ্টেম্বৰলৈ জামিন পালে ভিক্টৰ দাসে। ২৬ নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। ভিক্টৰৰ হৈ অধিবক্তা অংশুমান বৰাই দৰ্শাইছিল যুক্তি।