‘জল জীৱন মিছন’ আঁচনিৰ আলোচনাৰ বাবে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত অসমত উপস্থিত

pc- Facebook

‘জল জীৱন মিছন’ আঁচনিৰ আলোচনাৰ বাবে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত অসমত উপস্থিত

অনলাইন বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈ ‘জল জীৱন মিছন’ৰ অধীনত ২০২৪ চনৰ ভিতৰত ঘৰে ঘৰে খোৱাপানীৰ যোগান আঁচনিৰ সফল ৰূপায়ণৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত অসমত উপস্থিত হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি জনায়৷