জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট

pc-thenortheastaffairs

অনলাইন বাৰ্ত্তাসেৱা-  জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট। ১৪ গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰিলে মন্ত্ৰীয়ে। কাৰ্যালয়টোত অনুপস্থিত ২৪ গৰাকী বিষয়া-কৰ্মচাৰী। আবেদন নকৰাকৈ উপস্থিত নথকা ১৪ গৰাকী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ। কাৰ্যালয়টোৰ লেতেৰা পৰিৱেশ দেখি খং উঠিল পীযুষ হাজৰিকাৰ। by utpal kalita