অনলাইন বাৰ্ত্তাসেৱা- জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট। ১৪ গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰিলে মন্ত্ৰীয়ে। কাৰ্যালয়টোত অনুপস্থিত ২৪ গৰাকী বিষয়া-কৰ্মচাৰী। আবেদন নকৰাকৈ উপস্থিত নথকা ১৪ গৰাকী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ। কাৰ্যালয়টোৰ লেতেৰা পৰিৱেশ দেখি খং উঠিল পীযুষ হাজৰিকাৰ। by utpal kalita
জলসম্পদ বিভাগৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট
