জম্মু-কাশ্মীৰৰ কুলগাম জিলাতসংঘৰ্ষৰ সময়ত ২জন সন্ত্ৰাসবাদী নিহত

pc india today

জম্মু-কাশ্মীৰৰ কুলগাম জিলাতসংঘৰ্ষৰ সময়ত ২জন সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীয়ে জনোৱা মতে,  জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন জইছ-ই-মহম্মদ (জেএম) সন্ত্ৰাসবাদী নিহত হয়। আৰক্ষীয়ে লগতে কয় যে, আহৱাটু অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ পিছত আৰম্ভ কৰা তালাচী অভিযানৰ সময়ত এই এনকাউণ্টাৰ সংঘটিত হয়। সোমবাৰে কুলগামৰ বাটপোৰা গাঁৱত হোৱা এনকাউণ্টাৰত এজন জে এম সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হয়।