জন, দিশা আৰু অৰ্জুনৰ এক ভিলেন ৮ জুলাই, ২০২২ত  মুক্তি পাব

Pc- Lokmart News English

জন, দিশা আৰু অৰ্জুনৰ এক ভিলেন ৮ জুলাই, ২০২২ত  মুক্তি পাব

অনলাইন বাৰ্ত্তাসেৱা-  একচন-থ্ৰিলাৰ  ‘এক ভিলেন ৰিটাৰ্ণছ’ৰ নিৰ্মাতাসকলে মুক্তিৰ তাৰিখ ঘোষণা কৰে। জন আব্ৰাহাম, দিশা পাটানি, অৰ্জুন কাপুৰ আৰু তাৰা সুতাৰিয়া অভিনীত মোহিত চুৰি পৰিচালিত ছবিখন ২০২২ চনৰ ৮ জুলাইত ছবিগৃহত মুক্তি পাব। মুক্তিৰ তাৰিখ ঘোষণা কৰি প্ৰযোজক একতা কাপুৰে কয়, “আমি দৰ্শকসকলক  চূড়ান্ত শক্তিৰে ভৰা নাট্য অভিজ্ঞতা প্ৰদান কৰিবলৈ বাট চাই আছোঁ।”