ছেমি ফাইনেলত সিন্ধুৰ মুখামুখি হ’ব চীনা টাইপেইৰ টাইৰ লগত

pc Republic World

অনলাইন বাৰ্ত্তাসেৱা – চীনা টাইপেইৰ টাইৰ সৈতে ছেমি ফাইনেলত আজি মুখামুখি হ’ব পি ভি সিন্ধু। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে, পি ভি সিন্ধুৱে টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত ছেমি ফাইনেলত উপনীত হয়। ২৬ বছৰীয়া যুৱতীৰাকীয়ে ২১-১৩, ২২-২০ স্ক’ৰলাইনৰ সৈতে খেল এক উন্নতমানৰ খেল পদৰ্শন কৰি ভাৰতীয় দৰ্শকক উৎসাহিত কৰি তোলে।

(UD.)