ছিংগাপুৰৰ জেছন টেহক পৰাস্ত কৰি ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তৰ ব্ৰঞ্জৰ পদক লাভ

PcNews18

ছিংগাপুৰৰ জেছন টেহক পৰাস্ত কৰি ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তৰ ব্ৰঞ্জৰ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা- কমনৱেলথ গেমছ ২০২২ত অনুষ্ঠিত পুৰুষৰ একক ব্ৰঞ্জৰ পদক খেলত ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তই ছিংগাপুৰৰ জেছন টেহক ২১-১৫, ২১-১৮ গ’লত পৰাস্ত কৰি কমনৱেলথ গেমছৰ ইতিহাসত চতুৰ্থটো পদক লাভ কৰে। ইয়াৰ পূৰ্বে চলি থকা গেমছত শ্ৰীকান্তই মিক্সড টিমত ৰূপৰ পদক লাভ কৰিছিল। গোল্ড কোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০১৮ত তেওঁ মিক্সড টিমত গোল্ড আৰু পুৰুষৰ একক ৰূপৰ পদক লাভ কৰিছিল।