আজি অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্ৰিত জাননী জাৰি কৰা হয়। এই জাননীত কিছুমান চৰ্তসাপক্ষে অনলাইন সুৰা বিক্ৰীৰ অনুমতি দিয়ে। এই চৰ্তসমুহ হল-
▶️ অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে পাব অনলাইন বিক্ৰীৰ সুবিধাএপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা
▶️ আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বিপণীয়ে
▶️ ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক
▶️ ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব
▶️ নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে
▶️ শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা
▶️ এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব
▶️ ডেলিভাৰী এজেণ্টে ৯ লিটাৰ পৰ্যন্ত কঢ়িয়াব পাৰিব
▶️ অৰ্ডাৰ দিওতেই আদায় দিব লাগিব সুৰাৰ মূল্য
▶️ পুৱা ১১–নিশা১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা
▶️ অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব ডেলিভাৰী
▶️ MRPতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে
▶️ নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব৷
▶️ ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব
▶️ ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা
▶️ অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব
▶️ অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা
▶️ প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব
▶️ প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা
▶️ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ল অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবি