চীনৰ সৈতে আমাৰ সমস্যা আছে: জাৰ্মানীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

p.c- business today

চীনৰ সৈতে আমাৰ সমস্যা আছে: জাৰ্মানীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জাৰ্মানীত এক নিৰাপত্তা সন্মিলনত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, “চীনৰ সৈতে আমাৰ সমস্যা আছে।” তেওঁ কয়, “সমস্যাটো হ’ল যে ৪৫ বছৰ ধৰি শান্তি আছিল। সেইটো সলনি হৈছিল কাৰণ আমাৰ এলএচিলৈ সামৰিক বাহিনী অনাৰ চুক্তি নাছিল কিন্তু চীনে সেই চুক্তিবোৰ উলংঘা কৰিছিল।” মন্ত্ৰীজনে লগতে কয়, “চীনৰ সৈতে সম্পৰ্ক অতি কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে।”