চীনে অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন হৈ থকা ল’ৰাজনক  ভাৰতীয় সেনাক হস্তান্তৰ কৰে

p.c.The Sentinel assam

চীনে অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন হৈ থকা ল’ৰাজনক  ভাৰতীয় সেনাক হস্তান্তৰ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা- চীনে অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন হৈ থকা মিৰাম টাৰোনক ভাৰতীয় সেনাk হস্তান্তৰ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে টুইটাৰৰ জৰিয়তে জনায় যে চিকিৎসা পৰীক্ষাকে ধৰি যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে। টাৰন ১৮ জানুৱাৰীত তেওঁৰ গাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল।