চনু সুদৰ মোগাৰ শিক্ষাৰ্থী, শ্ৰমিকসকলক ১,০০০ চাইকেল বিতৰণ 

p.c- india tv news

চনু সুদৰ মোগাৰ শিক্ষাৰ্থী, শ্ৰমিকসকলক ১,০০০ চাইকেল বিতৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা চনু সুদ আৰু তেওঁৰ ভগ্নী মালবিকা সুদ চাচাৰে  তেওঁলোকৰ উদ্যোগ মোগা দি ধিৰ অধীনত তেওঁলোকৰ গৃহচহৰ মোগাৰ বিদ্যালয়ৰ ছোৱালী আৰু সমাজকৰ্মীসকলক ১,০০০ চাইকেল বিতৰণ কৰে। খবৰ অনুসৰি মোগাৰ ওচৰৰ প্ৰায় ৪০-৪৫ খন গাঁৱৰ শিক্ষাৰ্থীসকল এই অভিযানৰ দ্বাৰা উপকৃত হ’ব। দুখীয়া পৃষ্ঠভূমিৰ শিক্ষাৰ্থীসকলক চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে চিনাক্ত কৰিছে।