ঘৰুৱা হিংসাৰ গোচৰত  ১০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে হানি সিঙৰ পত্নীয়ে

ঘৰুৱা হিংসাৰ গোচৰত  ১০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে হানি সিঙৰ পত্নীয়ে

অনলাইন বাৰ্তাসেৱা– হানি সিঙৰ পত্নী শালিনী তলৱাৰে তেওঁৰ বিৰুদ্ধে কিছু দিন পূূৰ্বে শাৰীৰিক আৰু মানসিক উৎপীড়নৰ গোচৰ ৰুজু কৰিছিল। গোচৰটো ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ অধীনত পৰে।  শালিনীয়ে জন্তুৰ দৰে ব্যৱহাৰ কৰা আৰু নিষ্ঠুৰতাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে। তাৰকা পত্নীয়ে ৰেপাৰজনৰ পৰা ১০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰে।

(R.T)