গুৱাহাটী প্ৰেছ ক্লাবত NRCক লৈ সংবাদমেল APWৰ

pc NewsClick

গুৱাহাটী প্ৰেছ ক্লাবত NRCক লৈ সংবাদমেল APWৰ

অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল APWৰ। এই সংবাদমেলৰ জৰিয়তে NRC ক লৈ অসন্তুষ্টি প্ৰকাশ কৰে APWএ। এয়া বাংলাদেশীক ভাৰতীয়কৰণ কৰা কাগজ বুলি উল্লেখ কৰি তেওঁলোকে কয়, ‘NRCৰ কাৰণে ২৭ লাখ মানুহে ভুগি আছে’, ‘NRCৰ নামত ৩৬০ কোটি টকাৰ কেলেংকাৰি হৈছে’ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে APWএ গোচৰ তৰিছিল ভিজিলেঞ্চত। তেওঁলোকে লগতে  ‘দিছপুৰৰ এটা IAS লবীয়ে হাজেলাক দিছে সুৰক্ষা বুলিও কয়।

(Utpal Kalita)