গুৱাহাটীৰ নবীন নগৰৰ জনপথত সংঘটিত বাইক চুৰিৰ ঘটনা

গুৱাহাটীৰ নবীন নগৰৰ জনপথত সংঘটিত বাইক চুৰিৰ ঘটনা

অনলাইন বাৰ্ত্তাসেৱা – ১৭ আগষ্টৰ নিশা ২ বাজি ১৫ মিনিটত জনপথ, নবীন নগৰৰ পৰা  “AS-01-DU-7819” নম্বৰৰ “KTM Duke 200”  বাইকখন চুৰি হয়। এই অঞ্চলৰ পৰা এই পৰ্যন্ত মুঠ ১২ খন বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। CC TV বন্দী হয় এই ঘটনা।

এই বাহনখনৰ গৰাকীজনৰ নাম হৈছে ভাস্কৰজ্যোতি শইকীয়া, যোগাযোগৰ নং 7002962053, কোনো ব্যক্তিয়ে এই চুৰি হোৱা বাইকখনৰ সন্ধান পালে অনুগ্ৰহ কৰি যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বাহনখনৰ গৰাকীয়ে। যিয়ে এই বাইকখনৰ সন্ধান দিব পাৰে, তেওঁলোকলৈ গৰাকীৰ ফালৰ পৰা ৫০০০টকাৰ নগদ  ধনৰাশি উপহাৰ ৰূপে প্ৰদান কৰা হ’ব।