অনলাইন বাৰ্ত্তাসেৱা – ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে উল্লেখ কৰে, চীনে কিছুমান প্ৰকল্পৰ মানদণ্ডৰ ওপৰত উদ্বেগৰ পিছত সুৰক্ষা নিশ্চিত কৰিবলৈ ৫০০ মিটাৰ (১,৬৪০ ফুট)তকৈ ওখ আকাশচুম্বী (skyscrapers) অট্টালিকা নিৰ্মাণৰ নিষিদ্ধ কৰা হৈছে। কৰ্তৃপক্ষই ২৫০ মিটাৰতকৈ ওখ টাৱাৰো নিৰ্মাণ ওপৰত বাধা আৰোপ কৰিব লাগিব। ‘শ্বেনঝেন’ৰ ৭০ মহলাতকৈও অধিক ওখ গগনচুম্বী অট্টালিকা মে’ মাহত কঁপিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত ইয়াক খালি কৰা হয়।
গুণগত মানদণ্ডক লৈ চিন্তাৰ পিছত চীনে নিষিদ্ধ কৰে ১,৬৪০ ফুটতকৈ ওখ অট্টালিকাৰ নিৰ্মাণ
