গল্প সংকলনৰ বাবে লেখা আহ্বান

pc.- Inc. Magazine

গল্প সংকলনৰ বাবে লেখা আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা– অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান ‘পৰাগজ্যোতি প্ৰকাশন’এ নতুন প্রজন্মৰ লগতে প্ৰবীণ গল্পকাৰ সকলক লৈ এটি বৃহৎ কলেবৰৰ গল্প সংকলন প্ৰকাশৰ প্ৰস্তুতি চলাইছে। গল্প ১৬০০ শব্দৰ ভিতৰত হ’ব লাগিব। গল্পৰ বিষয়: সমন্বয়, সংহতি, ঐকতা, ভাতৃত্ববোধ, জীৱন বোধ প্ৰকাশ পাব লাগিব। লিখা প্ৰেৰণৰ শেষ তাৰিখ : ৪ এপ্রিল৷ইচ্ছ্যুক লেখকে দীপক শৰ্মা, পৰাগজ্যোতি প্ৰকাশন, ৰামপুৰ (শান্তিপুৰ), জিলা: দক্ষিণ কামৰূপ (অসম), ডাকসূচাংক : ৭৮১১৩২,ভ্ৰাম্যভাষ: ৬৯০১৬-২০০২০, নতুবা কমল কলিতা, গৃহ নং :৩, ১নং শালবাৰী, নুনমাটি, গুৱাহাটী-২০ , অঞ্জন বাচকোটা, গাঁও : চমাৰ দলনি, থানা : চটিয়া, জিলা : বিশ্বনাথ (অসম), ডাকসূচাংক :৭৮৪১৭৫ ত পঠাব পাৰিব৷