কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা-পৰিচালক মহেশ মঞ্জৰেকাৰ

pc The Prevalent India

কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা-পৰিচালক মহেশ মঞ্জৰেকাৰ

অনলাইন বাৰ্ত্তাসেৱা – অভিনেতা-পৰিচালক মহেশ মঞ্জৰেকাৰ কিছুদিন আগতে (Urinary Bladder Cancer) কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। এই অস্ত্ৰোপচাৰ মুম্বাইৰ এইচ.এন. ৰিলায়েন্স ফাউণ্ডেচন চিকিৎসালয়ত সম্পন্ন কৰা হৈছিল, য’ত মঞ্জৰেকাৰক কিছুদিনৰ বাবে ভৰ্তি কৰোৱা হৈছিল। তেওঁ এতিয়া বাসগৃহলৈ উভতি আহিছে আৰু এতিয়া আৰোগ্য লাভ কৰে।

(UD.)