কোৰোনাভাইৰাছৰ বিৰুদ্ধে টিকাকৰণ নকৰা লোকসকল হৈছে সম্ভাৱ্য প্ৰকাৰসমূহৰ কাৰখানাস্বৰূপ

pc CNN

অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডাঃ উইলিয়াম শ্বাফনাৰে প্ৰকাশ কৰে যে কৰোনাভাইৰাছৰ বিৰুদ্ধে টিকাকৰণ নকৰা লোকসকল হৈছে সম্ভাৱ্য প্ৰকাৰৰসমূহৰ কাৰখানাস্বৰূপ। তেওঁ লগতে কয়, টিকাকৰণ নোহোৱা লোকৰ সংখ্যা যিমানে অধিক হয়, ভাইৰাছটো বৃদ্ধি হোৱাৰ আশংকাও সিমানে অধিক হয়।

(UD.)