কোভিড-১৯ৰ বাবে ১ লাখ কোটিতকৈ অধিক মূল্যৰ ঋণ দিব বেংক বোৰে

কোভিড-১৯ৰ বাবে ১ লাখ কোটিতকৈ অধিক মূল্যৰ ঋণ পুনৰ নিৰ্মাণ কৰিছে বেঙ্কবোৰে

অনলাইন বাৰ্ত্তাসেৱা তালিকাভুক্ত ভাৰতীয় বেঙ্কবোৰে আগষ্ট ২০২০-ত ঘোষণা কৰা আৰ.বি.আই.-ৰ এককালীন ঋণ পুনৰ্গঠন আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ১ লাখ কোটিতকৈ অধিক মূল্যৰ ঋণ পুনৰ প্ৰদানৰ ব্যৱস্থা কৰে। পুনৰ্গঠন কৰা কৰ্পোৰেট ঋণৰ পৰিমাণ আছিল ৬৮,৮৯৭ কোটি, বা ৰিটেইল ঋণৰ দুগুণতকৈও অধিক। বিশেষজ্ঞসকলে কৈছিল যে মুঠ পুনৰ্গঠন কৰা পৰিমাণ অনুমান কৰাতকৈও কম আছিল কিয়নো ঋণ স্থগিত কৰাৰ দৰে পদক্ষেপে ঋণ লওঁতাসকলক তেওঁলোকৰ ঋণ নিয়মীয়া কৰাত সহায় কৰিছিল।

 

(UD.)