কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ

কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা – ওদালগুৰি জিলা এবছুৰ উদ্যোগত বুধবাৰে উত্তাল প্ৰতিবাদ ! হয়!!”””বুধবাৰে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা এবছুৱে। সহশ্ৰাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত প্ৰতিবাদত সাব্যস্ত এবছুৱে । আমাক ন্যায় লাগে, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী গ’বেক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলে। কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰা দুই বড়ো যুৱক আৰক্ষী নিৰ্মম ভাৱে ভুৱা তথ্যৰ ভিক্তিত হত্যা আখ্যা দি নিহত দুই যুৱকৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবী এনেধৰণৰ ভুৱা এনকাউণ্টাৰ সহ্য কৰা নহ’ব !উচ্চ পৰ্যায় CBi তদন্তৰ দাবী, নিহত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত ওদালগুৰি জিলা এবছুয়ে বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।