কাবুল বিমানবন্দৰৰ ওচৰত বিস্ফোৰণৰ আঁৰত আই.এছ.আই.এছ.ৰ আত্মঘাতি বোমাৰু

ABC7 News

কাবুল বিমানবন্দৰৰ ওচৰত বিস্ফোৰণৰ আঁৰত আই.এছ.আই.এছ.ৰ আত্মঘাতি বোমাৰু

অনলাইন বাৰ্ত্তাসেৱা – কাবুল বিমানবন্দৰৰ ওচৰত হোৱা বিস্ফোৰণৰ আঁৰত আছিল আই.এছ.আই.এছ. আত্মঘাতি বোমাৰু য’ত কমেও ১৩ জন লোক নিহত হৈছিল আৰু কেইবাজনো লোক আহত হৈছিল। কাবুলত বৃহস্পতিবাৰে দুটা বিস্ফোৰণ সংঘটিত হয়, এটা বিমানবন্দৰৰ বাহিৰত আৰু আনটো হোটেলৰ ওচৰত। এতিয়ালৈকে, দ্বিতীয় বিস্ফোৰণৰ হতাহতৰ বিষয়ে এতিয়াও জ্ঞাত নহয়।

(UD.)