কমনৱেলথ গেমছৰ হাই জাম্প ফাইনেলত তেজস্বিন শংকৰৰ ব্ৰঞ্জ জয় 

Pc The New Indian Express

কমনৱেলথ গেমছৰ হাই জাম্প ফাইনেলত তেজস্বিন শংকৰৰ ব্ৰঞ্জ জয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ তেজস্বিন শংকৰে কমনৱেলথ গেমছ ২০২২ ত এথলেটিকছত ভাৰতৰ প্ৰথমটো পদক লাভ কৰিছে। শংকৰে পুৰুষৰ হাই জাম্প ফাইনেলত ঐতিহাসিক ব্ৰঞ্জ অৰ্জন কৰে। ২৩ বছৰীয়া তেজস্বিন শংকৰে কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ হাই জাম্পত ২.২২ মিটাৰ শ্ৰেষ্ঠ জাম্পৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।