কমনৱেলথ গেমছত ভাৰোত্তোলক হৰজিন্দৰ কৌৰৰ ব্ৰঞ্জ লাভ

Pc My India News

কমনৱেলথ গেমছত ভাৰোত্তোলক হৰজিন্দৰ কৌৰৰ ব্ৰঞ্জ লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় ভাৰোত্তোলক হৰজিন্দৰ কৌৰে মহিলাৰ ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। হৰজিন্দৰে মুঠ ২১২ কেজি উত্তোলন কৰিছিল, ৯৩ কেজি স্নেচত আৰু ১১৯ কেজি ক্লিন এণ্ড জাৰ্কত। এতিয়ালৈকে কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ ৯টা পদকৰ ভিতৰত, ৭টা পদক ভাৰোত্তোলনৰ পৰা আহিছে।