ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

pc India Today

অনলাইন বাৰ্ত্তাসেৱা (PIB Guwahati) –

  • ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ৩৬.৪৮ কোটি পালি ভেকচিন প্ৰদান
  • ২৪ ঘন্টাত ভাৰতত ৪৫,৮৯২ টা নতুন ঘটনা লাভ
  • ভাৰতৰ সক্ৰিয় কেছল’ড সম্প্ৰতি ৪,৬০,৭০৪ টা
  • সক্ৰিয় ঘটনাৰ হাৰ মুঠ ঘটনাৰ ১.৫০%
  • এতিয়ালৈকে সমগ্ৰ দেশখনত মুঠ ২,৯৮,৪৩,৮২৫ ৰ আৰোগ্য লাভ
  • ২৪ ঘন্টাত ৪৪,২৯১ ৰোগীৰ আৰোগ্য লাভ
  • আৰোগ্য লাভৰ হাৰ ৯৭.১৮% লৈ বৃদ্ধি
  • সাপ্তাহিক পজিটিভিটি হাৰ ৫% ৰ নিম্ন হৈ ৰৈছে, সম্প্ৰতি এই হাৰ হৈছে ২.৩৭%
  • দৈনিক পজিটিভিটি হাৰ হৈছে ২.৪২%, যি একেৰাহে ১৭ দিন ধৰি ৩% ৰ নিম্ন হৈ ৰৈছে
  • টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে – মুঠ ৪২.৫২ কোটি টেষ্ট সম্পন্ন কৰা হৈছে