কবীৰ বেদীক ভেনিছত লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান 

Pc The Hindu

কবীৰ বেদীক ভেনিছত লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা- ভেনিচত কবীৰ বেদীক ফিল্মিং ইটালী মুভি লাইফটাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হয়। ইটালীত ছয়খনতকৈও অধিক ডাঙৰ ছিৰিজ কৰা বেদীয়ে কয় যে বহুতে উপলব্ধি নকৰে যে “ইটালীত মোৰ কেৰিয়াৰতকৈ বলীউড আৰু হলিউড মোৰ জীৱনৰ বহু কম অংশ”। ‘ছাণ্ডোকান’ত অভিনয় কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ ইটালীবাসীক ধন্যবাদ জনায়।