কংগনা, ধনুষ, মনোজে ৬৭ তম ৰাষ্ট্ৰীয় বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা গ্ৰহণ কৰে

pc The Indian Express

কংগনা, ধনুষ, মনোজে ৬৭ তম ৰাষ্ট্ৰীয় বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা গ্ৰহণ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেত্ৰী কংগনা ৰাণাৱটে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় বঁটাত ‘মণিকৰ্ণিকা’ আৰু ‘পাঙ্গা’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। অভিনেতা ধনুষ আৰু মনোজ বাজপেয়ীয়ে ক্ৰমে ‘অসুৰণ’ আৰু ‘ভন্সলে’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ২০১৯ চনৰ ছবি ‘ছিচোৰ’ক শ্ৰেষ্ঠ হিন্দী ফিচাৰ ফিল্মবঁটা প্ৰদান কৰা হৈছিল।