এসপ্তাহৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য মুকলি কৰি দিবলৈ সাজু চৰকাৰ

pc Pratidin Time

এসপ্তাহৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য মুকলি কৰি দিবলৈ সাজু চৰকাৰ

অনলাইন বাৰ্ত্তাসেৱা – কাগজ কলৰ কৰ্মচাৰীক চৰকাৰে আৱাস খালী কৰিবলৈ দিয়া নাই, এই নিৰ্দেশ দিছে আদালতেহে। এসপ্তাহৰ ভিতৰত প্ৰাপ্য মুকলি কৰি দিবলৈ সাজু চৰকাৰ। কিন্তু, কংগ্ৰেছৰ প্ৰৰোচনাত ৫ শতাংশৰো কম কৰ্মচাৰীয়ে চৰকাৰৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি সমস্যাটো অধিক জটিল কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

(Utpal Kalita)