এটি স্তৱক – দিপ্তী মনি গোস্বামী

এটি স্তৱক 
দিপ্তী মনি গোস্বামী, লখিমপুৰ
নকৰোঁ ম‌ই আক্ষেপ নিদিওঁ অভিশাপ
জীৱশ্ৰেষ্ঠ জনমেৰে কিমান দিন থাকিম দুনিয়াত?
স্বাৰ্থ অন্বেষী কিছুৰ মানসিকতাবোৰ দেখি
মোৰ আহত হৃদয় হয় হতবাক!!